Search Results
নিশাটোৰ ভিতৰতে ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত হ’ল ৪জনকৈ লোক।
২৪ ঘণ্টাত ৫জন আক্ৰান্ত কৰ’নাত, পুনৰ গুৱাহাটীৰ কুমাৰপাৰাৰ দুজন লোকৰ দেহত পোৱা গ’ল COVID19 পজিটিভ
কৰ’নাৰ বিৰুদ্ধে প্ৰতি মূহূৰ্ততে যুঁজ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
ৰাজ্যত পুনৰ দুজনকৈ লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ৯১ জনলৈ
পত্নীৰ কৰ্কট ৰোগৰ চিকিৎসা কৰাবলৈ যোৱা বোকাখাতৰ অজিত শইকীয়াৰ দিল্লীত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু
কৰ’নাত আক্ৰান্ত ফলাশিল আমবাৰীৰ ৰাকেশ সিং। কি পৰিৱেশ ফলাশিল আমবাৰীত?
আজিৰে পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি কৰা হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল।
বিশ্বনাথৰ কৰ’না আক্ৰান্ত টোকাও গৰায়ী হাওৰাৰ পৰা তেজপুৰলৈ অহাৰ পিছত নিজৰ ঘৰত উপস্থিত হৈছিল
আজি চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বাবে গাইড লাইন ঘোষণা কৰিব। সাধাৰণ ৰাইজে কি কি শিথিলতা বিচাৰে?
ৰুক্মিনী গাঁৱৰ ২ নং উপপথৰ লগতে দাতালপাৰাৰ নতুনবস্তিৰ গো-পথক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা।
৭ জন COVID-19+ ওলোৱাৰ পিছতে হোটেল ৰেডিছন ব্লুত উপস্থিত স্বাস্থ্যমন্ত্ৰী। আক্ৰান্তসকলক GMCHলৈ প্ৰেৰণ
উত্তৰ অসমৰ প্ৰথমজন লোক আক্ৰান্ত হৈছে COVID 19ত